কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দূৰ কৰ্dur korVerb-Trans.
অকৰ্ম্মৰ দোষ বা পাপৰপৰা মোচন হ’বলৈ প্ৰতিকাৰ ল ৷
Make amends or reparation for guilt or wrongdoing.
- দূৰ হdur hoVerb-Intran.
to move in a direction away from the speaker
- দূৰতdu.rotAdverb
at or to the further side; further on.
- দূৰৈতdu.roitAdverb
at or to the further side; further on.
- দৃশ্যায়নVerbal Noun
কোনো চলচিত্ৰ ডাঙৰ পৰ্দাত ৰাইজৰ উপভোগৰ বাবে পৰিবেশন কৰা কাৰ্য্য
Showing a film or movie on a big screen for public viewing.
- দৃষ্টdris.toVerbal Adj.
যিটো ইতিমধ্যে দৰ্শন কৰা হৈছে।
That has already been seen.
- দৃষ্টান্ত দেdris.tan.to deVerb-Trans.
উদাহৰণ বা উপমা ডাঙি ধৰি অধিক স্পষ্ট কৰ্
to make clear or intelligible, as by examples or analogies
- দৃষ্টান্তস্বৰূপ হdris.tan.to.xbo.rup hoVerb-Trans.
to be an example of something.
- দৃষ্টি-নন্দনdris.ti-non.donVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- দৃষ্টিগোচৰdris.ti.go`.sorProper Adj.
দেখা পোৱা বা চকুৰে অনুভৱ কৰিব পৰা
Able to be seen or perceived
- দৃষ্টিনিক্ষেপ কৰ্dris.ti.ni.khyep korVerb-Trans.
চকুৰে নিৰীক্ষণ কৰ্
to intentionally bring sth in visual contact
- দৃঢ় কৰিdri.ho ko.riAdverb
গুৰুত্ব সহকাৰে বা দৃঢ়তাৰে কৈ
uttered with emphasis
- দৃঢ়কৈdri.ho.koiAdverb
লৰচৰ নকৰাকৈ একে স্থানতে থকা ৷
in a secure manner and free from danger of displacement.
- দৃঢ়তাৰে কdrir.ho.ta.re koVerb-Trans.
স্পষ্টকৈ বা জোৰ দি ক বা ঘোষণা কৰ্।
To declare or state clearly.
- দৃঢ়ভাৱেdri.ho.bha.beAdverb
আত্মবিস্বাশেৰে কোনো কথা কোৱা বা কাম কৰা
done (specially say something) with confidence
- দেdeVerb-Trans.
কোনো বস্তুৰ মালিকীস্বত্ত্ব হস্তান্তৰ কৰা; নিজ ইচ্ছাত উপহাৰ দিয়া।
to transfer the ownership of something; to present voluntarily.
- দেই যাdei jaVerb-Trans.
কোনো বস্তুৰ এফালৰ পৰা সিফাললৈ যোৱা
to move over an object from one edge to another
- দেই যোৱাdei jo`.waVerbal Noun
খোৱা বস্তু সিজাওঁতে বা গৰম কৰোঁতে পাত্ৰৰ তলিত লাগি পুৰি গৈ বেয়া গোন্ধোৱা
getting bad smell from a food item on being stuck to the bottom of the vessel and burnt due to over-heating
- দেউলীয়া হdeu.li.ya hoVerb-Intran.
ধন-সম্পত্তি উছন হৈ ধাৰত পোত যোৱা অৱস্থা হোৱা অথবা স্থাৱৰ-অস্থাৱৰ সম্পত্তিতকৈ দেনাৰ পৰিমাণ বহু অধিক হৈ ঋণ পৰিশোধ কৰিব নোৱাৰা অৱস্থা হোৱা
to be in such a state that a person is judicially declared subject to having his or her estate administered under the bankrupt laws for the benefit of creditors
- দেও উঠ্Verb root
দেবে ধৰ্; দেও লম্ভ্; ভূতে ধৰ্
to possess, as an evil spirit