দে
de
অৰ্থ
1.
কোনো বস্তুৰ মালিকীস্বত্ত্ব হস্তান্তৰ কৰা; নিজ ইচ্ছাত উপহাৰ দিয়া।
to transfer the ownership of something; to present voluntarily.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
সেৱা, সহায় আদি দিয়া বা প্ৰদান কৰা৷
provide or give (a service, help, etc.).
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ