কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাইচটিhāicaṭiNoun
আইচটি; বাহাদুৰি; অতপালি।
- হাইচ্-লাইচ্ha.is-la.isAbstract Noun
হাঁহি অথবা আনন্দ যোগাব পৰা কোনো বস্তু; আনন্দ যোগোৱা কাৰ্য্য
something that provides mirth or amusement; the act of giving pleasure
- হাইছ-লাইছhais-laisVerbal Noun
ৰেং-ধেমালি; মতা-তিৰোতাই কাম-ভাবত কৰা আলাপ বা ধেমালি
amorous sport; delliance
- হাইজাhāijāNoun
জহনি বেমাৰ
cholera
- হাইঠকhāiṭhakaNoun
এবিধ সেউজীয়া কপৌ জাতিৰ চৰাই
the green pigeon
- হাইঠাhāiṭhāNoun
এবিধ সেউজীয়া কপৌ জাতিৰ চৰাই
the green pigeon
- হাইড্ৰ’জেনhai.dro’’.jenMaterial Noun
a colorless and odorless flammable gas
- হাইতালhāitālaNoun
আকৰত পোবা এবিধ হালধীয়া বস্ত্ত
the yellow orpiment or yellow arsenic
- হাইদৰাবাদhai.do.ra.badProper Noun
দক্ষিণ ভাৰতীয় ৰাজ্য অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী মহানগৰ ৷ পাকিস্তানতো একে নামৰ এখন মহানগৰ আছে ৷
A city in the South India, capital of the Indian state of Andra Pradesh. There is another town in Pakistan by the same name.
- হাইপোথেলামাছMaterial Noun
a region of the brain, between the thalamus and the midbrain, that functions as the main control center for the autonomic nervous system by regulating sleep cycles, body temperature, appetite, etc., and that acts as an endocrine gland by producing hormones, including the releasing factors that control the hormonal secretions of the pituitary gland.
- হাইফাইhāiphāiNoun
উদ্ফাই ৰোগ; উশাহ ল'ব নোবৰা ৰোগ
panting asthma
- হাইফেনhāiphenaNoun
শব্দ সংযোগকাৰী যতি-চিন; যোগ-ৰেখা
'-'; hyphen
- হাইলাকান্দিProper Noun
অসমৰ বৰাক উপত্যকাৰ এখন জিলা
A admistrative district in Barak valley of Assam
- হাইস্কুলhāiskulaNoun
উচ্চ মাধ্যমিক বিদ্যালয়
high school
- হাইস্কুল শিক্ষান্ত পৰীক্ষাAbstract Noun
An examination and subsequent certificate awarded to students successfully completion of the curriculum and examinations of schools affiliated to various boards in India (i.e. when they pass 10th standard).
- হাইহুইhai.huiAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- হাউচhāucaNoun
আনন্দ-যুক্ত ইচ্ছা; অনুৰাগ; আগ্ৰহ।
- হাউছhāuchaNoun
আনন্দ-যুক্ত ইচ্ছা; অনুৰাগ; আগ্ৰহ।
- হাউলিhāuliNoun
ডাঙৰ লোকৰ টোল বা ঘৰ-বাৰী
premises or compound of a noble man
- হাউলীhau.liMaterial Noun
সাধাৰণতে বহু খলপীয়া, ছাদ/চাল আৰু দুৱাৰ-খিৰিকি থকা, মানুহ থাকিবলৈ, আমোদ-প্ৰমোদৰ বাবে বা কোনো উত্পাদনৰ বাবে আদি বিভিন্ন কামত ব্যৱহাৰ কৰা, এক নিৰ্দিষ্ট সীমাৰ ভিতৰত সজা, আপেক্ষিকভাৱে স্থায়ী আৰু বৃহত্ ঘৰ ৷
a relatively permanent and large enclosed construction over a plot of land, having a roof and usually windows and often more than one level, used for any of a wide variety of activities, as living, entertaining, or manufacturing.