← ফুৰি যাওক

হাইঠা

hāiṭhā

অৰ্থ

1.

এবিধ সেউজীয়া কপৌ জাতিৰ চৰাই

the green pigeon

বি.

সমাৰ্থক শব্দ

2.

অলপ বহল আৰু দীঘলীয়া পাতেৰে এবিধ মজলীয়া আকাৰৰ গছ আৰু তাৰ গুটি; মণিছাল [ইয়াৰ চোকোৰা পানীত মোহাৰিলে চাবোনৰ দৰে ফেন ওলায় আৰু তাৰে অলঙ্কাৰ, কাপোৰ আদি ধোবে।]

the soap-nut or acacia tree; Sapindus Mukorossi or trifoliatus

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাইঠা · অসমীয়া অভিধান