কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডিমাপুৰdi.ma.purProper Noun
Located on the north bank of the Dhansiri river (Dima in the Dimasa language), Dimapur was the Capital of the erstwhile Dimasa Kachari Kingdom and presently commercial hub of Nagaland.
- ডিমৌdi.mo``wProper Noun
অসমৰ জিলাৰ উল্লেখযোগ্য স্থান৷
Important place in Sibsagarh district
- ডিম্বḍimbaNoun
কণী
an egg
- ডিম্বকোষNoun
সন্তান উৎপন্ন কৰা বীজৰ ভঁৰাল; মাইকী জন্ত্তৰ সন্তান উৎপন্ন কৰা কণীৰ জোলোঙা
the ovary
- ডিম্বাণুdimbanuMaterial Noun
স্ত্ৰী জনন কোষ, যি নিষিক্ত হোৱাৰ পাছত সন্তানৰূপে বিকাশ লাভ কৰে
Female egg cell from which young one develops after fertilization
- ডিম্বাশয়dimbaxoyMaterial Noun
ডিম্ব উৎপন্ন কৰা যুৰীয়া স্ত্ৰী অংগ।
The usually paired female or hermaphroditic reproductive organ that produces ova and, in vertebrates, estrogen and progesterone.
- ডিম্ভProper Adj.
যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷
Tending to make poor decisions or careless mistakes
- ডিম্ভচক্ৰAbstract Noun
মানুহৰ ওপৰত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে কৰা অধ্যয়ন
Study of supposed planetary influence on human affairs
- ডিমৰুḍimaruNoun
এবিধ বনৰীয়া গছ আৰু তাৰ ফল; [ইয়াৰ ত্ৰিশ জাতি মান আছে; যেনে-খহটা-ডিমৰু, ডিমৌ-ডিমৰু, যজ্ঞ-ডিমৰু, ইত্যাদি]
the fig tree and its fruit; ficus glomerata (Gamble )
- ডিলḍilaNoun
কলিজা
the heart
- ডিলাḍilāNoun
কঁঠালৰ বা গোমধানৰ মাজৰ দীঘলীয়া শাহটো
the spike to which the seeds of a jack or the grains of maize, etc., adhere
- ডিলামাৰিdi.la.ma.riMaterial Noun
এডাল দণ্ড বা মাৰি, যাক কেন্দ্ৰ কৰি এটা চকা ঘূৰে৷
A pin or a rod upon which a wheel revolves.
- ডুকলিdu.ko.liMaterial Noun
বাঁহৰ সৰু পাচি বা ডুলি।
a small bamboo basket.
- ডুকুলিḍukuliNoun
বাঁহৰ সৰু পাচি বা ডুলি
small bamboo basket
- ডুখৰীয়াAdjective
ডোখৰ ডোখৰ হৈ থকা; গুৰি বা মিহি নোহোবা
not reduced to powder; coarse; lumpsy; consisting of grains or lumps
- ডুখৰীয়া-লোণNoun
পুঙৰ লুণীয়া পানী বাঁহৰ চুঙা বা আন পাত্ৰত পগাই কৰা ডোখৰ হৈ থকা অপৰিষ্কাৰ লোণ
coarse unrefined salt
- ডুগডুগিdug.du.giMaterial Noun
মাজ চিঞা আৰু দুই মূৰ ঘুৰণীয়া আৰু ছালেৰে ছোৱা এবিধ ভাৰতীয় বাদ্য৷ তাক এহাতে লৈ জোকাৰিলে মাজতে জৰীৰে ওলমাই দিয়া এটা বা দুটা গুটিয়ে দুই মূৰে আঘাত কৰি শব্দ কৰে৷ হিন্দু ধৰ্মৰ দেৱতা শিৱৰ এবিধ প্ৰধান বাদ্য৷
Indian Musical Instrument Damaru is the most common hour-glass drum in India. There are two drumheads on each side of the resonator which are laced together with cord. Near the centre of the lacing are two loose knoted cords. The knots on each end strike both heads to produce a rattling sound. Damru is one of the attributes of several deities and gods (of Hindus), particularly of Shiva.
- ডুগিḍugiNoun
ধান-চাউল আদি থোবা সৰু পাচি
a small basket for grain
- ডুগি-ডাইনাḍugi-ḍāināNoun
তবলা আৰু তবলাৰে সৈতে বাওঁ হাতেৰে বজোবা বাদ্য
a pair of drums played jointly in Indian music
- ডুগীdu.giMaterial Noun
তবলাৰ সাধাৰণতে বাওঁহাতেৰে বজোৱা মাটিৰ বা ধাতুৰ বহল অংশটো৷ মাটি বা ধাতুৰ খৌলাটোৰ ওপৰত চামৰাৰ এখন পাতল আৱৰণ থাকে৷ এই অংশটোৰ পৰা গম্ভীৰ (গুম-গুমণি তোলা) শব্দ ওলাই৷
the metal or earthen drum in the tabla that provides the bass notes.