← ফুৰি যাওক

ডুখৰীয়া

অৰ্থ

1.

ডোখৰ ডোখৰ হৈ থকা; গুৰি বা মিহি নোহোবা

not reduced to powder; coarse; lumpsy; consisting of grains or lumps

বিণ.

2.

ডুখৰীয়া লোণ; যেনে-"ডুখৰীয়া

বি.

3.

ডোখৰ বিদেশৰপৰা আহিছিল" (বুৰঞ্জী)

solid salt; hardened salt

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ