কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হৃদয়গ্ৰাহীhri.doy.gra.hiProper Adj.
আনন্দকৰ ইন্দ্ৰিয়ানুভূতি জগাব পৰা
Asthetically pleasing or interesting
- হৃদয়ঙ্গমhri.do.yong.gomVerbal Adj.
যিটো বুজা বা জনা হৈছে
whatever is understood or known
- হৃদয়বানhri.doy.banProper Adj.
আনৰ সুখ-দুখত পীড়া অনুভৱ কৰোঁতা|
to sympathy or relating to the sympathetic nervous system.
- হৃদয়বিদাৰকhri.doy.bi.da.rokProper Adj.
(এক বাৰ্তা বা ঘটনা), যি ইমানেই বেদনাদায়ক যে ই কাৰোবাৰ অন্তৰ বা মানসিক অৱস্থাক তীব্ৰ যন্ত্ৰণা দিয়ে ৷
(a news or event) so sad that it distresses one's heart or mental states.
- হৃদয়বিদাৰীhri.doy.bi.da.riProper Adj.
(এক বাৰ্তা বা ঘটনা), যি ইমানেই বেদনাদায়ক যে ই কাৰোবাৰ অন্তৰ বা মানসিক অৱস্থাক তীব্ৰ যন্ত্ৰণা দিয়ে ৷
(a news or event) so sad that it distresses one's heart or mental states.
- হৃদয়ভেদীhri.doy.bhe.diProper Adj.
(এক বাৰ্তা বা ঘটনা), যি ইমানেই বেদনাদায়ক যে ই কাৰোবাৰ অন্তৰ বা মানসিক অৱস্থাক তীব্ৰ যন্ত্ৰণা দিয়ে ৷
(a news or event) so sad that it distresses one's heart or mental states.
- হৃদয়স্থhri.do.yos.thoVerbal Adj.
যিটো বুজা বা জনা হৈছে
whatever is understood or known
- হৃদয়স্পৰ্শীhri.doy.spor.xiProper Adj.
(এক বাৰ্তা বা ঘটনা), যি ইমানেই বেদনাদায়ক যে ই কাৰোবাৰ অন্তৰ বা মানসিক অৱস্থাক তীব্ৰ যন্ত্ৰণা দিয়ে ৷
(a news or event) so sad that it distresses one's heart or mental states.
- হৃদয়হীনhri.doy.hinProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- হৃদয়ৰ্স্পশীhri.doy.spor.xiProper Adj.
আৱেগ জগাই তুলিব পৰা বা হৃদয় চুই যোৱা
something that is emotionally appealing
- হৃষ্টhris.toProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- হৃষ্টচিত্তhris.to.sit.roProper Adj.
অতি আনন্দেৰে থকা।
Very cheerful and friendly.
- হৃষ্টপুষ্টhris.to.pus.toProper Adj.
গাত মাংস থকা, অৰ্থাত্ সবল মাংসপেশীৰে পৰিপূৰ্ণ।
having a lots of flesh.
- হেঁকেচাhem̐kecāAdjective
হেঁকেৰা; বেঁকা
crooked; bent
- হেঁকেৰাhem̐kerāAdjective
হৈয়া; বেঁকা; ভাঁজ লোবা
oblique; inclining
- হেঁকেৰা-হেঁকেৰিhem̐kerā-hem̐keriAdjective
বেঁকা-বেঁকি; কেঁৰা-কেঁৰি; এটা এফাললৈ আনটো আন ফাললৈ ঢাল লোবা
not parallel; perpendicular or in a straight line; inclining in different directions (said of several things)
- হেঁপেহুবাAdjective
বৰ হেঁপাহ থকা; আকলুবা
intensely longing; craving
- হেকেনাhekenāAdjective
আভঁজা; এফালেদি বেঁকা; এঢলীয়া।
- হেঙুলীয়াAdjective
হেঙূলৰ নিচিনা ৰঙা
red as vermilion
- হেজেৰীয়াhejerīẏāAdjective
এহাজাৰ টকা দামৰ; যেনে-"হেজেৰীয়া হাতী"
of the value of one thousand