হেজেৰীয়া
hejerīẏā
অৰ্থ
1.
এহাজাৰ টকা দামৰ; যেনে-"হেজেৰীয়া হাতী"
of the value of one thousand
বিণ.
2.
এহেজাৰ ৰূপ থকা; যেনে-"হেজেৰীয়া মোনা"
containing one thousand
বিণ.
3.
খেল মতে পতা।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
hejerīẏā
এহাজাৰ টকা দামৰ; যেনে-"হেজেৰীয়া হাতী"
of the value of one thousand
বিণ.
এহেজাৰ ৰূপ থকা; যেনে-"হেজেৰীয়া মোনা"
containing one thousand
বিণ.
খেল মতে পতা।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ