কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লিপ্তliptaAdjective
যোগ থকা; সংসৰ্গ থকা
involved; concerned
- লিপ্সুProper Adj.
ইন্দ্ৰিয় সুখ বা অন্য যিকোনো সোৱাদ বস্তুলৈ বৰকৈ লোভ কৰা৷
Fond of dainty things or sensual pleasure.
- লিষ্টিবদ্ধlis.ti.bhuk.toProper Adj.
entered in or added to a given list.
- লিষ্টিভূক্তlis.ti.bhuk.toProper Adj.
entered in or added to a given list.
- লিহলিহিয়াlihalihiẏāAdjective
দীঘল কিন্ত্ত গা-সৰু
long and slender
- লিহলিহীয়াProper Adj.
Tall, slender, and graceful.
- লিহিকাli.hi.kaProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- লিহিৰীlihirīAdjective
লাহী
thin; slender
- লীনlīnaAdjective
আন এটা বস্ত্তত লয় পোবা; আন বস্ত্তৰ সৈতে মিলি এটা হোবা
absorbed; co-mingled
- লীলাlīlāNoun
ধেমালি; আদি ৰসৰ ধেমালি
sport; amorous sport
- লীলাময়līlāmaẏaAdjective
বুজিব নোবৰা আচৰিত কাৰ্য্য কৰা (ভগবান)
doing wonderful deeds
- লুকোবাlukobāTransitive verb
আনৰ দ্বাৰা লুকুবাই ৰাখ্
to cause to be concealed
- লুক্কায়িতlukkāẏitaAdjective
লুকুবাই ৰখা; লুকোবা; গুপুতে ৰখা
concealed
- লুচ্ছাlus.saProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- লুটি খোৱাlu.ti kho`.waVerbal Adj.
পেট, মূৰ তললৈ কৰি পৰি থকা বা শোৱা
fallen or lying with the face downwards
- লুঠুংluṭhumAdjective
"লুঠুংঠুঙীয়া" চোবাঁ।
- লুঠুং-ঠুঙীয়াluṭhum-ṭhuṅīẏāAdjective
ঘৰবাৰী নথকা, অকলশৰীয়া আৰু দৰিদ্ৰ; নিছলা
destitute; poor and having no dwelling house nor family
- লুঠুঙাProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- লুঠুমাProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- লুণীয়াluṇīẏāAdjective
লোণৰ স্বাদ থকা; লোণ থকা
saline; saltish