← ফুৰি যাওক

লীলা

līlā

অৰ্থ

1.

ধেমালি; আদি ৰসৰ ধেমালি

sport; amorous sport

বি.

2.

অবতাৰ বা অবতাৰী পুৰুষৰ কাৰ্য্য

the deeds of an incarnation; supernatural deeds

বি.

3.

মনোহৰ; আনন্দপূৰ্ণ; যেনে-"ব্ৰজত ফুৰন্ত হৰি লীলা গজগতি" (কীৰ্ত্তন)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ