কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পাণ্ডুৰAdjective
[সং.] পাণ্ডু বৰণৰ, যেনে-"তাৰ ৰশ্মি জলেঃ গণ্ড পাণ্ডুৰ" (কীৰ্ত্তন)
yellowish white
- পাণ্ডৱ-বৰ্জিতpan.dob-bor.jitProper Adj.
বহুত ভিতৰুৱা ঠাই আনকি পাণ্ডৱসকলেও তালৈ যোৱা নাছিল৷
very very remote difficult to access place; Even the Pandav’s failed to visit it.
- পাত-চেলেকাAdjective
আনৰ এৰেহা বিচাৰি ফুৰা; খুদ-ভিকহু; কাম-বন নকৰি অ'ত ত'ত খাই ফুৰা।
- পাতকীNoun
পাপী
a sinner
- পাতভৰাProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- পাতমুগীpātamugīAdjective
শুবনী।
- পাতলpātalaAdjective
ডাঠ নোহোবা
thin
- পাতল-মনৰpa.tol-mo.norProper Adj.
আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
unable to be stationary and focused as very lively and energetic
- পাতিpātiNoun
গলোবা কাঁহ সাঁচত ঢালোঁতে হোবা দোষ বা ভুল।
- পাদ-পূৰকpāda-pūrakaAdjective
পদ্যত আখৰ পূৰ কৰিবলৈ যোগ দিয়া আখৰ
a word used to complete the measure of a verse; an expletive
- পাদুৰাAdjective
পাদি থকা (মানুহ)
frequently breaking wind
- পাদুৰীpa.du.riVerbal Adj.
সঘনাই পাদি থকা (মানুহ)।
(a person) frequently farting or breaking wind.
- পাদোদকীAdjective
পাদোদকৰপৰা উৎপন্ন হোবা; যেনে-"বিষ্ণু-পাদোদকী গঙ্গা" (নামঘোষা)।
- পান-ৰতpāna-rataAdjective
পি খোবা বস্ত্তত ৰত বা আসক্ত; মদপী
drunkard
- পানযোগ্যpan.jo`.gyoAdjective Adj.
পান কৰাৰ উপযোগী(নিৰাপদ আৰু নিৰ্মল)৷
clean and safe, so suitable for drinking.
- পানশৌগুpan.xou.guProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- পানাসক্তpa.na.xok.toProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- পানী-গাভিনীpānī-gābhinīAdjective
অলপ গাভিনী অবস্হা পোবা (চেঁউৰী গৰু)
about to be in foal
- পানী-পৰঠুবাpānī-paraṭhubāAdjective
থকা ঠাই পানীত তল গৈ কষ্টত পৰা
suffering from flood
- পানী-বটীয়াpānī-baṭīẏāAdjective
পানীৰ বাটে অৰ্থাৎ নাবেৰে অহা যোবা কৰা
travelling by boat