পাতি
pāti
অৰ্থ
1.
গলোবা কাঁহ সাঁচত ঢালোঁতে হোবা দোষ বা ভুল।
বি.
2.
পাত; খোবা-পাত; লেখা; আয়ুসৰ লেখা; যেনে-"পাতি মলচিল তাৰ ষমৰ কৰণে" (মা. ক., অযোধ্যাকাণ্ড)
that which is supposed to be written or ordained by fate
বি.
3.
সামান্য; ঘাই বিধৰ নোহোবা; সৰু
common; ordinary; of small size
বিণ.
4.
সৰু, চেপেটা শাল; সৰু, চেপেটা বস্ত্ত
a thin wedge; a small flat thing
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ