← ফুৰি যাওক

পাত-চেলেকা

অৰ্থ

1.

আনৰ এৰেহা বিচাৰি ফুৰা; খুদ-ভিকহু; কাম-বন নকৰি অ'ত ত'ত খাই ফুৰা।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ