কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলাkalāAdjective
কাণে নুশুনা; শ্ৰবণ-শক্তি-শূন্য
deaf
- কলা-গছীয়াkalā-gachīẏāAdjective
কল গছৰ দৰে স্হূল বা নিপোটল
plump
- কলা-ঘুমটীয়াko.la-ghum.tiyaProper Adj.
অলপকৈ টোপনি যোৱাত শুনা-নুশুনা আৰু অলপ নেদেখা হোৱা অৱস্থা ।
Not looking or feeling awake as in half asleep.
- কলা-ডিলীয়াkalā-ḍilīẏāAdjective
কল-ডিলীয়া।
- কলা-মলাko.la-mo.laProper Adj.
অলপকৈ টোপনি যোৱাত শুনা-নুশুনা আৰু অলপ নেদেখা হোৱা অৱস্থা ।
Not looking or feeling awake as in half asleep.
- কলা-সন্মতko.la-xon.motVerbal Adj.
কলাৰ মান বিশিষ্ট অথবা নান্দনিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা
conforming to the standards of art or satisfying aesthetic requirements
- কলাইkalāiAdjective
ভাগৰ লগা; দুৰ্ব্বল হোবা (বৰকৈ কন্দাত)
exhausted with crying
- কলাঘুমটিয়াko.la.ghu.mo.ti.yaProper Adj.
প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷
almost asleep; making somebody feel tired/sleepy
- কলাঘুমটীয়াAdjective; Intransitive verb
কলাঘুমটিয়া।
- কলাত্মকko.lat.mokVerbal Adj.
কলাৰ মান বিশিষ্ট অথবা নান্দনিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা
conforming to the standards of art or satisfying aesthetic requirements
- কলাফুলীয়াAdjective
কলা-ফুল তল যোবা বা কলাফুললৈকে হোবা ওখ বা দ
reaching the calf of the leg
- কলামলাkalāmalāAdjective
অলপ নুশুনা আৰু নেদেখা হোবা; অলপীয়া (টোপনি)
half asleep; dozing
- কলামোদীko.la.mo`.diProper Adj.
কবিতা আদিৰ ৰস বা সৌন্দৰ্য্য উপলব্ধি কৰিব পৰা, অৰ্থাত্ কথা বা ৰচনাৰ সোৱাদ বুজা।
understanding the beauties of a poem or writing.
- কলীয়াkalīẏāAdjective
-দিনীয়া (সদায় আন শব্দৰ পাছত যোগ হয়)
long-standing
- কলুষতাপূৰ্ণko.lu.xo.ta.pur.noProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- কলুষিতAdjective
দূষিত; কলঙ্ক-যুক্ত
stained; polluted
- কলেক্টৰীkalekṭarīAdjective
আটি-বাৰী, খাজনা, কৰ-কাটল আদিৰ হিচাপ ৰথা; ৰাজহ আদি সধা আৰু আদায় কৰা সম্পৰ্কীয়।
collector
- কলেজীয়াkalejīẏāAdjective
মহাবিদ্যালয়-সম্পৰ্কীয়; মহাবিদ্যালয়ত থকা
collegiate
- কল্কলীয়াAdjective
কল্কলাই থকা; কল্ কল্ শব্দ কৰা
lisping; prattling; murmuring as water
- কল্কলোবাAdjective
কল্কলাই থকা; কল্ কল্ শব্দ কৰা
lisping; prattling; murmuring as water