কলাই
kalāi
অৰ্থ
1.
ভাগৰ লগা; দুৰ্ব্বল হোবা (বৰকৈ কন্দাত)
exhausted with crying
বিণ.
2.
জুই
fire
বি.
3.
ধাতুৰ পাত্ৰত লগোবা কৰাল [আকৰত পোবা এবিধ মাটি, বগী তাম নতুবা আন ধাতু আদি গলাই যোগ্যতানুসাৰে পৱথক পৱথক পাত্ৰত এনে কৰাল লগোবা হয়।]; যেনে-"কলাই কৰা বাটি"
enamelled; tinned, etc.
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ