কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অগ্নিবৰ্দ্ধক
ষাৰপৰা জুইৰ বৱদ্ধি হয়; বতাহ
the wind
- অগ্নিবৰ্ধক
ষাৰপৰা জুইৰ বৱদ্ধি হয়; বতাহ
the wind
- অগ্নিমন্দAdjective
অজীৰ্ণ বা আহাৰ জীৰ্ণ নোযোবা
suffering from indigestion; dyspeptic
- অগ্নিময়Adjective
বৰ খণ্ডাল
very wrathful
- অগ্নিসহog.ni.xohProper Adj.
resistant to destruction by fire.
- অগ্নিৰোধীog.ni.ro’.dhiProper Adj.
resistant to destruction by fire.
- অগ্নিৱৎog.ni.botProper Adj.
অগ্নিৰ দৰে বা অগ্নিৰ সৈতে সম্পৰ্ক থকা
Like or related to fire
- অগ্ৰংবগ্ৰংagrambagramAdjective
ইটো-সিটো
unspecified; loosely arranged
- অগ্ৰকেন্দ্ৰিকog.ro.ken.drikProper Adj.
এনে ক্ৰমজ’ম বা ক্ৰমেটিড সম্বন্ধীয়, য’ত ছেণ্ট্ৰ’মিয়েৰটো এটা মূৰতকৈ আনটো মূৰৰ অধিক ওচৰত অৱস্থিত হৈ ক্ৰমজ’মডালক অসমান দুটা ভাগত ভাগ কৰে
of or pertaining to any chromosome or chromatid whose centromere is closer to one end than to the other, creating two unequal chromosome arms
- অগ্ৰগণীAdjective
প্ৰধান; প্ৰথমে উল্লেখৰ যোগ্য
chief; foremost
- অগ্ৰগণ্যAdjective
প্ৰধান; প্ৰথমে উল্লেখৰ যোগ্য
chief; foremost
- অগ্ৰহণীয়agrahaṇīẏaAdjective
গ্ৰহণৰ অনুপযুক্ত
unfit for acceptance
- অগ্ৰাভিমুখীProper Adj.
ওপৰৰ ফালে বা শীৰ্ষৰ দিশে বাঢ়ি যোৱা
developing upward, toward the apex
- অগ্ৰাহ্যagrāhyaAdjective
ল'বৰ বা বিশ্বাসৰ অযোগ্য
not fit to be accepted or belieed; rejected
- অগ্ৰিমagrimaAdjective
আগেয়ে দিয়া বা দিব লগা
paid or to be paid in advance
- অগ্ৰ্যProper Adj.
ভেঁটি বা মূলাধাৰৰ বা তাৰ সৈতে সম্পৰ্ক থকা
Of or relating to the foundation or base
- অগ্ৰৱৰ্তীog.ro.bor.tiProper Adj.
বাব, গুৰুত্ব বা স্থানত সকলোতকৈ আগত ৷
Before anything else in rank, importance, or position.
- অগ্ৰৱৰ্ত্তীog.ro.bor.tiProper Adj.
বাব, গুৰুত্ব বা স্থানত সকলোতকৈ আগত ৷
Before anything else in rank, importance, or position.
- অগঢ়ীagaṛhīAdjective
গঢ় নোহোবা; অশবাৰনী; কুৰূপ
ugly
- অগৰ্দামীagardāmīAdjective
প্ৰচুৰ; যথেষ্ট; ওবাদানি
abundant