← ফুৰি যাওকঅগ্ৰগণ্যঅৰ্থ1.প্ৰধান; প্ৰথমে উল্লেখৰ যোগ্যchief; foremostবিণ.সমাৰ্থক শব্দঅগ্ৰগণী2.এক শ্ৰেণীৰ লোকৰ মাজত আনতকৈ প্ৰধান বা ডাঙৰ লোকthe chief; the foremostবি.সমাৰ্থক শব্দঅগ্ৰগণীউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ