কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হুৰুক্hurukTransitive verb
ঘোঁক্; ৰোক্; জোঙা অস্ত্ৰেৰে খুঁচি এৰুবা;খোঁচৰ্
to scoop or gouge out; pick and turn up
- হুৰুসাই, হুৰুস্ কৰে, হুৰুস্-হাৰাস্কৈAdverb
হুৰুস্ হুৰুস্ শব্দ কৰি।
- হুৰ্hurIntransitive verb
ভাগৰ্; (বিশেষকৈ) একেটা কামকে ঘনাই ঘনাই কৰি হাৰ্ বা হাইৰাণ হ
to be tired of repeatedly doing the same thing
- হুৰ্হুৰাIntransitive verb
হুৰ্ হুৰ্ শব্দ কৰ্।
- হুৱা-দুৱা লাগ্hu.wa-du.wa lagVerb-Intran.
সংকটৰ সন্মুখীন হ
to fall in a crisis
- হৃতhri.toVerbal Adj.
যিটো বৰ্ত্তমানে হাতত নাই বা হেৰাইছে
no longer possessed or retained
- হৃত-সৰ্বস্বhri.to-xor.bo.swoVerbal Adj.
সকলো ধন-সম্পত্তি-হীন হোৱা অৰ্থাত্ সৰ্ব্বসম্পত্তি অন্ত বা নাশ হোৱা
deprived of or losing all property or possession
- হৃদগতhrid.go.toProper Adj.
মনৰ লগত সম্পৰ্ক থকা ৷
Involving the mind or an intellectual process.
- হৃদিস্থিতhri.di.sthi.toVerbal Adj.
হৃদয়ত থকা বা হৃদয়ত স্থান পোৱা
remaining in the heart
- হৃদয়ঙ্গমhri.do.yong.gomVerbal Adj.
যিটো বুজা বা জনা হৈছে
whatever is understood or known
- হৃদয়ঙ্গম কৰ্hri.do.yong.gom korVerb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- হৃদয়স্থhri.do.yos.thoVerbal Adj.
যিটো বুজা বা জনা হৈছে
whatever is understood or known
- হৃষ্টচিত্তেhris.to.sit.teAdverb
সুখী অৱস্থাৰে কোনো কাম কৰা।
do sth with happiness.
- হৃষ্টমনেhris.toAdverb
সুখী অৱস্থাৰে কোনো কাম কৰা।
do sth with happiness.
- হেঁকটি আহ্he~k.ti ahVerb-Intran.
শ্বাস নলীৰ মুখ বন্ধ হোৱাৰ ফলত মধ্যচ্ছদাৰ পৰা শব্দ কৰ্ |
Breathe spasmodically, and make a sound.
- হেঁকটি মাৰ্he~k.ti marVerb-Intran.
শ্বাস নলীৰ মুখ বন্ধ হোৱাৰ ফলত মধ্যচ্ছদাৰ পৰা শব্দ কৰ্ |
Breathe spasmodically, and make a sound.
- হেঁকটিয়াhe~k.tiyaVerb-Intran.
শ্বাস নলীৰ মুখ বন্ধ হোৱাৰ ফলত মধ্যচ্ছদাৰ পৰা শব্দ কৰ্ |
Breathe spasmodically, and make a sound.
- হেঁকাৰ্hem̐kārTransitive verb
চিয়ঁৰি মাত বা সম্বোধন কৰ্; যেনে-"দেওধায়ে দেও হেঁকাৰে"
to call loudly
- হেঁকেৰ পেঁকেৰhe~.ker pe~.kerVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- হেঁকো-জেঁকোকৈAdverb
with great difficulty or trouble