কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাজী মাৰ্ba.ji marVerb-Trans.
কোনো কথাৰ পূৰ্বানুমান এনেভাৱে কৰা যাতে পূৰ্বানুমান সত্য হ’লে কৰোঁতাজন লাভান্বিত হ’ব
the act of predicting something with the assurance that a correct prediction will result in a material gain to the one who predicted correctly
- বাজী লগাba.ji lo.gaVerb-Trans.
কোনো কথাৰ পূৰ্বানুমান এনেভাৱে কৰা যাতে পূৰ্বানুমান সত্য হ’লে কৰোঁতাজন লাভান্বিত হ’ব
the act of predicting something with the assurance that a correct prediction will result in a material gain to the one who predicted correctly
- বাজু পাত ্bāju, pātaIntransitive verb
বাহুবে বাহুবে লগাই একে শাৰী হ; যেনে-"বুকে বাৰু দিয়া সবে বাজু পাতি ৰৈল" (ৰুক্মিণীহৰণ)
to stand shoulder to shoulder in a line
- বাজে কথা ক’ba.je ko.tha ko’’Verb-Trans.
to talk a lot without any objectives.
- বাজে বাজেbāje, bājeAdverb
বাহিৰে বাহিৰে; ঘৰলৈ বা কোনো ঠাইলৈ বা কাৰো ওচৰলৈ ননাকৈ বা নহাকৈ
without coming in or being brought to a particular place or person
- বাজেওba.jeo`Adverb
যি ইতিমধ্যে কোৱা হৈছে, তাতকৈও অধিক৷
apart from whatever is said
- বাজেয়াপ্ত কৰ্ba.je.yap.to korVerb-Trans.
Take possesion of forcibly or by legal power
- বাজেয়াপ্তকৰণba.je.yap.to.ko.ronVerbal Noun
কৰ্ত্তৃত্বশীলভাৱে কোনো সম্পত্তি লৈ লোৱা কাৰ্য্য
the act of taking possession of something by authority
- বাজ্bājIntransitive verb
ধ্বনি কৰ্; শব্দ কৰ্
to make sound
- বাঞ্ছ্bāñchIntransitive verb
কামনা কৰ্; ইচ্ছা কৰ্; . কৱদ
to desire
- বাট কোবাbat ko`.baVerb-Intran.
বহু দূৰ খোজ কাঢ়ি ভ্ৰমণ কৰ্
to walk a long distance on foot
- বাট দেখুৱাbat de.khu.waVerb-Trans.
দিহা-বুদ্ধি দি কাম চলা অথবা সঠিক দিশ দেখুৱাই দে ৷
Direct the course, determine the direction of travelling or goal.
- বাট বন্ধ কৰ্bat bon.dho korVerb-Trans.
আগলৈ যোৱাত বাধা দে
to prevent from advancing
- বাট মৰ্bat morVerb-Intran.
কোনো বস্তু পাবৰ বা কোনো কাৰ্য্য কৰিবৰ উপায় নষ্ট হ
to lack help or protection, have no way.
- বাটকুৰি বাbat.ku.ri baVerb-Intran.
বহু দূৰ খোজ কাঢ়ি ভ্ৰমণ কৰ্
to walk a long distance on foot
- বাটি কঢ়াVerb-Trans.
তাঁত ব’বলৈ সূতাবোৰ দীঘলে মেলি যুগুতাই লোৱা কাম
The process of transferring yarn from one package to another, or from multiple small packages into a larger package, before weaving.
- বাটি কৰাVerb-Trans.
তাঁত ব’বলৈ সূতাবোৰ দীঘলে মেলি যুগুতাই লোৱা কাম
The process of transferring yarn from one package to another, or from multiple small packages into a larger package, before weaving.
- বাটে-ঘাটেba.te-gha.teAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- বাটে-পথেba.te-po.theAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- বাট্bāṭTransitive verb
ভগাই দি; ভাগ ভাগ কৰি দি; . কৱদ
to divide or distribute