বাজু পাত ্
bāju, pāta
অৰ্থ
1.
বাহুবে বাহুবে লগাই একে শাৰী হ; যেনে-"বুকে বাৰু দিয়া সবে বাজু পাতি ৰৈল" (ৰুক্মিণীহৰণ)
to stand shoulder to shoulder in a line
অক. ধা.
2.
বুকু পাত ্; সষ্টম হ; যেনে-"ৰজাৰ আগতঃ বাদ কৰিবাকঃ পণ্ডিতে পাতিলা বাজু" (শঙ্কৰ-চৰিত)
to stand in readiness
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ