বাজ্
bāj
অৰ্থ
1.
ধ্বনি কৰ্; শব্দ কৰ্
to make sound
অক. ধা.
2.
মাত ্; বাজি উঠ্; কোনো এক পক্ষৰ হকে কথা ক
to speak on behalf of a party
অক. ধা.
3.
ঠেকা বা খুন্দা খা; লাগ্
to come in contact; to strike against
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ