কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দুপ্দুপাIntransitive verb
দুপ্দুপ্ শব্দ কৰ্
to make a heavy dull noise as with the feet in walking
- দুবাৰ ভাব্du.bar bhabVerb-Intran.
কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে বিভিন্ন দিশৰ পৰা কথা বিলাক গমি-পিটি চোৱা৷
think carefully from various angles before taking a decision.
- দুবাৰমানdu.bar.manVerbal Adj.
done more than once, but not too many times.
- দুবেলিdu.be.liAdverb
দুই বিভিন্ন উপলক্ষত হোৱা/কৰা কিবা
something that happens on two occasions or is done two times.
- দুমহলীয়াdu.mo.ho.li.yaVerbal Adj.
দুটা তলা, মহল বা খলপ থকা (অট্টালিকা)।
having two floors or levels (said of a building).
- দুমোজাত পৰ্du.mo’.jat porVerb-Trans.
দুই বা ততোধিক বিকল্পৰ মাজৰ পৰা সঠিকটো বিচাৰি ল’বলৈ অক্ষম হ৷
Unable to choose between options that are or seem equally unfavorable or mutually exclusive
- দুম্ৰি মাৰ্dum.ri marVerb-Trans.
দুডোখৰ ফটা কাপোৰ সী জোৰা দি ।
To knit two pieces of torn cloth using coarse seam.
- দুলাdulāTransitive verb
ঘূৰা; (পু. অ.) দুলাবত; দুলাবে ইত্যাদি।
- দুল্dulVerb-Intran.
এক নিৰ্দ্দিষ্ট অক্ষক কেন্দ্ৰ কৰি গতি কৰি থাক্
to make a circular motion around own axis
- দু্ৰ্ভোগVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- দুৰাকাংক্ষাdu.ra.kang.khyaVerbal Noun
দুৰ্লভ বস্তুলৈ কৰা উচ্চাভিলাষ |
Desire for something what is impossible to achieve.
- দুৰুলিয়াduruliẏāTransitive verb
দুভাঁজ কৰি জাপ্; দুদোৰোল বা দুতৰপ কৰ্
to fold in two layers, as a cloth
- দুৰ্ঘটনাগ্ৰস্তVerbal Adj.
দুৰ্ঘটনাত পতিত হোৱা
met with an accident
- দুৰ্দমনীয়dur.do.mo.ni.yoVerbal Adj.
দমন বা বশ কৰিব নোৱাৰা৷
incapable of being controlled.
- দুৰ্দশাগ্ৰস্তdur.do.xa.gros.toVerbal Adj.
দুৰ্দশাৰ সন্মুখীন হোৱা অৰ্থাত্ শাৰীৰিক বা মানসিক ভাৱে পীড়িত।
affected with or suffering from distress, i.e. acute physical or mental suffering.
- দুৰ্ভাগ্যক্ৰমেdur.bha.gyo.kro.meAdverb
(Qualifying a sentence) it is regrettable that
- দুৰ্ভাগ্যবশতঃdur.bha.gyo.bo.xo.toAdverb
(Qualifying a sentence) it is regrettable that
- দূষিত কৰVerb-Trans.
অপকাৰী দ্ৰব্য মিহলি কৰি অশুদ্ধ কৰ্
to taint, to make impure by adding something harmful
- দূষিত কৰ্du.xi.to korVerb-Intran.
চাফ-চিকুণ নকৰা, অস্বাস্থ্যকৰ কৰা, অপবিত্ৰ কৰা
to make foul, dirty, or unclean, to pollute
- দূষিতাVerbal Adj.
যি তিৰোতাৰ সতীত্ব বলপূৰ্ব্বক হৰণ কৰা হৈছে৷
a woman, who has been unlawfully compelled through physical force or duress to have sexual intercourse