অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
অসমীয়া বা ৰোমান আখৰ (যেনে ksara), নাইবা ইংৰাজী অৰ্থৰ শব্দ (যেনে king) লিখক।
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
বৰ্ত্তমানৰ অৱস্থানৰ পৰা সলনি কৰি অন্য স্থানলৈ নিয়া
to change the location from its current location
এৰিবলৈ ধৰা; নাইকিয়া হওঁ হওঁ হোবা; যেনে-"জ্বৰ এৰোঁ এৰোঁ হৈছে"
about to abate or leave
ত্যাগ কৰ্
to leave; to abandon