← ফুৰি যাওক

এৰ্

er

অৰ্থ

1.

ত্যাগ কৰ্

to leave; to abandon

সক. ধা.

2.

মোকলাই দি; বান্ধ মেলি মুক্ত কৰ্

to set free; unfasten

সক. ধা.

3.

সমাজৰপৰা বাজ কৰ্; এঘৰীয়া কৰ্; যেনে -"ৰাইজে তাক এৰি গৈছে; "

to ex-communicate

সক. ধা.

4.

পাৰ হ; অতিক্ৰম কৰ্; যেনে-"সাগৰ এৰাবা ডেবে বীৰ হনুমন্ত" (মা. আদিকাণ্ড)

to crossl to pass over

সক. ধা.

5.

নাইকিয়া হ; ক্ষান্ত হ; গুচ্; উপশম হ; যেনে-বৰষুণ এৰিছে

to cease; to stop

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ