কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আজিকালিa.ji.ka.liAdverb
বৰ্তমান সময়ক ধৰি তাৰ আগৰ আৰু পিছৰ সময়খিনি ৷
The period of time that is happening now; any continuous stretch of time including the moment of speech.
- আজিকো-পতি, আজিকো প্ৰভৱতিAdverb
আজিলৈকে
up to this day
- আজিকোপতিa.ji.ko’.po.tiAdverb
started long ago and continued to happend till today
- আজিলৈকেa.ji.loi.keAdverb
started long ago and continued to happend till today
- আজিয়েইājiẏeiAdverb
আজিৰ দিনতে; ঠিক আজিয়ে
on this very day
- আজীবনājībanaAdverb
জীবন বা জীব থাকে মানে; চিৰজীবন; জন্মৰপৰা মৱত্যুলৈকে গোটেই জীবন
during the whole life or the life- time
- আজোৰa.jo’rVerb-Trans.
কোনো বস্তুত ধৰি নিজৰ গাৰ ফালে জোৰ দে
to force sth towards oneself by physically holding it
- আজ্ঞপ্তিa.gyop.tiVerbal Noun
বাদীৰ সপক্ষে দেৱানী আদালতে কৰা ঘোষণা বা ৰায় ৷
A legally binding command or decision entered on the court record (usually in favour of plaintiff).
- আজ্ঞা দেag.gya deVerb-Trans.
to instruct to do something as a higher authority
- আজ্ঞানুসাৰেAdverb
যিমতে আদেশ বা আজ্ঞা দিয়া হৈছে, তেনেদৰে
as directed or as per order
- আজ্ঞানুসৰিa.gya.nu.xo.riVerbal Adj.
কোনো কৰ্তিপক্ষৰ আজ্ঞাৰ ওপৰত ভিত্তি কৰি
As per order given by an authorized body.
- আজ্ঞানুৰূপAdverb
যিমতে আদেশ বা আজ্ঞা দিয়া হৈছে, তেনেদৰে
as directed or as per order
- আজৰাājarāTransitive verb
জটাৰ ভিতৰৰপৰা আনটোত আঁতৰাই বা গুচাই এটা শূন্য কৰ্; শুদা কৰ্; থালি বা শূন্য কৰ্
to empty
- আজৰি কৰVerb-Intran.
put things in a systematic order
- আজৰে থʼVerb-Intran.
put things in a systematic order
- আজৰে দিVerb-Intran.
put things in a systematic order
- আজৰোVerb-Intran.
put things in a systematic order
- আট খাat khaVerb-Trans.
সোলোক-ঢোলোক নোহোৱাকৈ বা টান হৈ লাগি ধৰ্
to fit tightly without being loose
- আট পাৰ্āṭa, pārIntransitive verb
বৰকৈ চিঞৰ্
to utter at the top of voice
- আট লat loVerb-Trans.
সোলোক-ঢোলোক নোহোৱাকৈ বা টান হৈ লাগি ধৰ্
to fit tightly without being loose