← ফুৰি যাওক

আজ্ঞপ্তি

a.gyop.ti

অৰ্থ

1.

বাদীৰ সপক্ষে দেৱানী আদালতে কৰা ঘোষণা বা ৰায় ৷

A legally binding command or decision entered on the court record (usually in favour of plaintiff).

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আজ্ঞপ্তি · অসমীয়া অভিধান