কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অধিককৈo.dhik.koiAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- অধিকন্তুo.dhi.kon.toAdverb
বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় |
Used to describe a situation that has existed up to this point or up to the present time.
- অধিকভাৱেo.dhik.bha.beAdverb
happening or doing sth in excessive manner
- অধিকাৰ কৰ্o.dhi.kar korVerb-Trans.
to win a region by using force
- অধিকাৰ দেVerb-Trans.
আনৰ হৈ কোনো কাম কৰিবলৈ স্বীকৃতি দে
To give authority to a person to act for others
- অধিকৃতo.dhi.kritVerbal Adj.
যাক সম্পূৰ্ণৰূপে অধিকাৰ কৰা হৈছে
brought under complete control or subjection
- অধিকৰূপেo.dhik.ru.peAdverb
happening or doing sth in excessive manner
- অধিগ্ৰহণ কৰ্Verb-Trans.
Take possesion of forcibly or by legal power
- অধিত্যাগVerbal Noun
কোনো অধিকাৰ বা স্বাৰ্থ ইচ্ছাকৃতভাৱে পৰিত্যাগ কৰা
an intentional relinquishment of some right, interest, or the like
- অধিমূল্যায়ন কৰ্Verb-Trans.
(কোনোবা বা কিহবাক) বেছি মূল্য দে বা অধিক মূল্যৱান বুলি ভাব্ ৷
to rate or value (someone or something) too highly
- অধিষ্ঠিত কৰ্Verb-Trans.
আনুষ্ঠানিকভাৱে কাৰ্যালয়, দায়িত্ব, পদৱী আদিত নিযুক্ত কৰ্৷
to install in an office, benefice, position, etc., especially with formal ceremonies.
- অধিৰোহণo.dhi.ro’.honVerbal Noun
ওপৰলৈ গতি কৰা
The act of changing location in an upward direction
- অধীক্ষকতা কৰo.dhi.khyo.ko.ta korVerb-Trans.
কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰা৷
to be in charge of somebody or something and to ensure that everything is done properly, safely, timely etc.
- অধীনস্থo.dhi.nos.thoAdverb
নিম্ন পৰ্য্যায়ৰ পদবী বা অৱস্থাত থকা
in a subordinate position or condition
- অধে-উৰ্দ্ধেadhe-urddheAdverb
তলে-ওপৰে; যেনে-"অগ্নি-সূৰ্য্য অধে-ঊৰ্দ্ধে ব্ৰহ্মাণ্ডক দহে" (দশম)
on all sides
- অধোগমনo.dho`.go.monVerbal Noun
ওপৰৰ পৰা অথবা উচ্চ পদৰ পৰা তললৈ নামি অহা|
descent to a lower position or standing.
- অধোগামী হo.dho`.ga.mi hoVerb-Trans.
আকাৰ বা পৰিমাণত সৰু বা কম হোৱা
to become small or less in size or quantity
- অধোনমনo.dho`.no.monVerbal Noun
মূল্য বা ব্যৱহাৰোপযোগিতা হ্ৰাস হোৱা; গুণ, চৰিত্ৰ বা মানৰ ক্ষেত্ৰত উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ পৰ্য্যবশিত হোৱা
impairment of value or usefulness; falling from a higher to a lower level in quality, character, or vitality
- অধোবদনo.dho`.bo.donVerbal Adj.
সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
bowing down to someone to show respect or submissiveness.
- অধোমুইadhomuiAdverb
তললৈ মূৰ কৰি; অধোমুখে; যেনে-"ঘোৰ নৰকত যিটো পড়ে অধোমুই" (ৰত্বাবলী)।