← ফুৰি যাওক

অধে-উৰ্দ্ধে

adhe-urddhe

অৰ্থ

1.

তলে-ওপৰে; যেনে-"অগ্নি-সূৰ্য্য অধে-ঊৰ্দ্ধে ব্ৰহ্মাণ্ডক দহে" (দশম)

on all sides

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অধে-উৰ্দ্ধে · অসমীয়া অভিধান