কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তবলাtabalāNoun
হাতেৰে চপৰিয়াই বজোবা বাদ্য [এই বাজনাৰ যন্ত্ৰ দুটা থাকে; এটা সোঁ হাতেৰে বজায়, তাক ডাইনা বোলে; আনটো বাঁও হাতেৰে বজায়, তাক বাঁয়া বা ডুগি বোলে; বিখ্যাত সঙ্গীতজ্ঞ মিঞা তানসেন ইয়াৰ আবিষ্কাৰক বুলি প্ৰসিদ্ধি আছে।]; ডুগি-ডাইনা
a musical instrument
- তবলা বাদকto.bo.la ba.dokCommon Noun
তবলা বজোৱা বা তবলা বাদনত পাৰ্গত লোক৷
(an expert)one who plays the tabla.
- তবলা-লহৰাto.bo.la-lo.ho.raVerbal Noun
তবলাৰ স্বতন্ত্ৰ বাদন
a solo performance on theTabla (with or without accompanying instruments)
- তবলাবাদনto.bo.la.ba.donVerbal Noun
তবলাৰ স্বতন্ত্ৰ বাদন
a solo performance on theTabla (with or without accompanying instruments)
- তবিষীMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- তবিয়তtabiẏataNoun
মেজাজ; ; শাৰীৰিক অবস্হা
mood ; condition of the body
- তমtamaNoun
প্ৰকৱতিৰ গুণৰ সেষৰটো; তমোগুণ, যাৰপৰা মোহ, অহঙ্কাৰ আদি হয়
the quality that begets ignorance, develops worldly propensities
- তমঃtamaḥNoun
প্ৰকৱতিৰ গুণৰ সেষৰটো; তমোগুণ, যাৰপৰা মোহ, অহঙ্কাৰ আদি হয়
the quality that begets ignorance, develops worldly propensities
- তমচুকtom.sukMaterial Noun
কোনো ব্যক্তি বা সংগঠনলৈ সম্বোধিত লিখিত বা মুদ্ৰিত যোগাযোগ।
a written or printed communication addressed to a person or organization.
- তমছুকtamachukaNoun
গুণ-স্বীকাৰ-পত্ৰ; খত
a bond, written agreement
- তমতমিtamatamiNoun
ধম্কি; অহঙ্কাৰ-প্ৰকাশ
threatening; display of arrogance
- তমসAbstract Noun
পোহৰ নথকা অৱস্থা৷
deficiency or lack of light
- তমসাto.mo.xaAbstract Noun
পোহৰ নথকা অৱস্থা৷
deficiency or lack of light
- তমস্tamasNoun
অন্ধকাৰ।
- তমস্কাৰtamaskāraNoun
পৰিপাটি; পৰিষ্কাৰ; যেনে-"সিদ্ধি উৰি তমস্কাৰ হৈ ওলাইছে"
neat; tidy; well dressed
- তমস্বিনীtamasbinīNoun
অন্ধকাৰ ৰাতি
dark night
- তমালtamālaNoun
বস্ত্ত আদি বান্ধিবৰ কাৰণে কোমল বাঁহৰপৰা তুলাই লোবা জৰী।
- তমিস্ৰাtamisrāNoun
অন্ধকাৰ নিশা।
- তমোঘ্নto.mo`gh.noMaterial Noun
কোনো মানৱসৃষ্ট পোহৰৰ উত্স
a man-made source of light
- তমোনুদto.mo`.nudMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame