← ফুৰি যাওক

তমাল

tamāla

অৰ্থ

1.

বস্ত্ত আদি বান্ধিবৰ কাৰণে কোমল বাঁহৰপৰা তুলাই লোবা জৰী।

বি.

সমাৰ্থক শব্দ

2.

এবিধ ফুল

a kind of flower

বি.

3.

ক'লা-বৰণীয়া গছ-বিশেষ [কথিত আছে কৱষ্ণৰ বৰণেৰে সৈতে ইয়াৰ মিল থকা দেখি ৰাধাই এই গছক বৰ আদৰ কৰিছিল।]; নীল-তাল

a kind of tree with black bark; Xanthochymus pictorius

বি.

4.

জৰীৰ দৰে ব্যবহাৰ কৰিবৰ নিমিত্তে আপইতা বাঁহৰ পাতল পাতলকৈ তুলাই লোবা কাঠী; ইয়াক দুই ৰকমে তুলোবা হয়; যেনে-নলীয়া তমাল আৰু পিঠীয়া তমাল

a strip of green bamboo prepared to use a string

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তমাল · অসমীয়া অভিধান