← ফুৰি যাওক

তম

tama

অৰ্থ

1.

প্ৰকৱতিৰ গুণৰ সেষৰটো; তমোগুণ, যাৰপৰা মোহ, অহঙ্কাৰ আদি হয়

the quality that begets ignorance, develops worldly propensities

বি.

সমাৰ্থক শব্দ

2.

এখন নৰকৰ নাম; যেনে-"তমো নৰকে হবে চিৰ বাস" (কীৰ্ত্তন)

one of the hells

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তম · অসমীয়া অভিধান