কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাষৰkāṣaraNoun
পথাৰৰ আলিৰ দাঁতি
the side of a ridge or embankment across a rice-field
- কাষৰিkāṣariNoun
পথাৰৰ আলিৰ দাঁতি
the side of a ridge or embankment across a rice-field
- কাহাকka.ha.koPronoun
কোনো ক্ৰিয়াৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰশ্নবোধক শব্দ
an interrogative word used to ask about the object of an action
- কাহানিkāhāniAdverb
কোন সময়ত; কেতিয়া; কোনদিনা
when; on what day or time
- কাহানীkāhānīNoun
(পু. অ.) কাহিনী; "সুমৰিও পুৰণি কাহানী" (কীৰ্ত্তন)।
- কাহালিkāhāliNoun
কালি; কালিয়া
- কাহাৰka.ha.roPronoun
কোনো মানুহ বা বস্তু অইন কোন মানুহ বা বস্তুৰে সম্পৰ্কিত , তাক সুধিবলৈ বা কবলৈ/বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ যেনেঃ কিহৰ লাৰু?,/ভোজ?
used in questions to ask who somebody/something belongs to? Also used to say which person/thing you are referring to.
- কাহাৰবাkāhārabāNoun
সঙ্গীতৰ তাল-বিশেষ।
- কাহিনীkāhinīNoun
কথা; গল্প; বিবৰণ
a story; a description
- কাহিলি পুৱাka.hi.li pu.waAbstract Noun
প্ৰতিদিনে ৰাতিপুৱা যিটো সময়ত পোহৰ হয়।
The time each morning at which daylight first begins.
- কাহিলিপাৰাka.hi.li.pa.raProper Noun
গুৱাহাটী মহানগৰৰ গুৰুত্বপূৰ্ণ অঞ্চল এটা৷
An important place in Guwahati city
- কাহীবনka.hi.bonCommon Noun
দলিচা হি়চাপে শুৱনী কৰিবলৈ ৰোৱা ঘাঁহ৷
A grass species which is often used as permanent pasture. Common names include caratao grass, common carpet grass, and Louisiana grass in United States, and mat grass, narrow-leaved.
- কাহুkāhuPronoun
কোনোবে
some (person)
- কাহুঁদীka.hu~.diMaterial Noun
সৰিয়হ-বটাৰে মিহলাই শুকাই থোৱা চকলিওৱা আম
sliced mango mixed with mustard and dried.
- কাহুদিkāhudiNoun
কাহুন্দি।
- কাহুন্দিkāhundiNoun
বটা সৰিয়হ, চকলিওলা শুকান আমৰ লগত লোণ আদি মচলা দি কৰা এবিধ চাটনি
a chutney made of sliced mango and mustard
- কাহুৰীkāhurīNoun
কহুৰাৰ স্ত্ৰী।
- কাহেৰিkāheriPronoun
কিটো; কাক
whom; what
- কাহ্লাইkāhlāiNoun
কানাই; কৱষ্ণ।
- কাঢ়নীkāṛhanīNoun
সিজোবা ধান থালীৰপৰা কাঢ়ি বা তুলি অনা হেতা
a ladle (as for taking out boiled paddy from the cooking- vessel)