← ফুৰি যাওক

কাষৰ

kāṣara

অৰ্থ

1.

পথাৰৰ আলিৰ দাঁতি

the side of a ridge or embankment across a rice-field

বি.

সমাৰ্থক শব্দ

2.

দাঁতি; যেনে -"কাষৰি কাটি গ'ল"

বি.

সমাৰ্থক শব্দ

3.

কাপোৰৰ ডাঙৰ ফুলৰ ওচৰত দিয়া সৰু ফুল

a small embroidery work on the side of a large one

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাষৰ · অসমীয়া অভিধান