কাঢ়নী
kāṛhanī
অৰ্থ
1.
সিজোবা ধান থালীৰপৰা কাঢ়ি বা তুলি অনা হেতা
a ladle (as for taking out boiled paddy from the cooking- vessel)
বি.
2.
তাঁত-বাটি কৰাত সূতা টানি নিয়া সঁজুলি
a weaver's instrument for extending the warp threads
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ