কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কালিন্দীkālindīAdjective
শোকযুক্ত; অতি এন্ধাৰ
sorrowful; very dark
- কালিন্দী-ভোমোৰাkālindī-bhomorāNoun
এজাতি নীল-বৰণীয়া ভোমোৰা
a species of bumble-bee
- কালিন্দ্ৰী-ভোমোৰাkālindrī-bhomorāNoun
এজাতি নীল-বৰণীয়া ভোমোৰা
a species of bumble-bee
- কালিমাkālimāNoun
মলিনতা; কলঙ্ক; ক'লা দাগ।
- কালিলৈka.li.loiAbstract Noun
আজিৰ পিছত আহিব ল’গা দিনটো৷
the day following the present day or today
- কালিয়kāliẏaNoun
কালী; কালীয়
a fabulous huge serpent
- কালিয়-দমনka.li.yo-do.monVerbal Noun
কালিয় সৰ্পক বশ কৰা কাৰ্য্য, শ্ৰীকৃষ্ণৰ হাতত কালিয় সাপৰ পৰাজয় এই বিষয়ৰ এক অভিনয়৷
Kaliya Daman is a significant event in the Mahabharata, marking Lord Krishna`s triumph over a poisonous serpent named Kaliya; the name of a play.
- কালিয়নkāliẏanaNoun
পাছেকৈ বেচ দিম বুলি বস্ত্ত কিনা কাৰ্য্য; উধাৰ বা উঠনা খোবা কাৰ্য্য
the act of buying on credit
- কালিয়াkāliẏāNoun
মাছ বা মাংসৰ এবিধ তৰকাৰী
a kind of dish prepared with fish or meat
- কালীkālīNoun
কালিকা।
- কালী-দমনkālī-damanaNoun
কালি-দমন; কৱষ্ণৰ হাতত কালী সাপৰ শান্তি বা পৰাজয়
the subjugation of Kāli by Kṛṣṇa
- কালীয়দমনka.li.yo.do.monProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- কালৈka.loiPronoun
কোনজন বা কোন সকল ব্যক্তিৰ কাৰণে
to or for which person or persons
- কাল্পনিক লেখkal.po.nik lekhAbstract Noun
কোনো গল্প, উপন্যাস বা তেনেধৰণৰ লিখনি যি কোনো কাল্পনিক ধাৰণাৰ ওপৰত আধাৰিত৷
A piece of literary writing with story and characters imagined by the author
- কাল্পনিক সংখ্যাkal.po.nik xong.khyaAbstract Noun
কাল্পনিক সংখ্যা হ’ল -১ ৰ বৰ্গমূল বা ঋণাত্মক সংখ্যাবোৰৰ বৰ্গমূল ৷
A number expressed as the square root of a negative number, especially the square root of -1.
- কালৰ আপদAbstract Noun
বেয়া সময়ে অনা বিপদ
disaster brought by ill time
- কালৰাতিkal.ra.tiAbstract Noun
ঘোৰ বিপদৰ সম্ভাৱনা থকা ৰাতি
an ill-fated night
- কালৰাত্ৰিkālarātriNoun
মৱত্যু বা মহা বিপদৰ সম্ভাবনা থকা ৰাতি; অন্ধকাৰ ৰাতি।
- কালৰীkālarīNoun
'কলা' শব্দৰ স্ত্ৰীলিঙ্গ; কাণে নুশুনা মাইকী মানুহ; শ্ৰবণ-শক্তি-শূন্য তিৰোতা
a deaf woman
- কালৰূপAbstract Noun
The dangerous or ferocious appearance.