← ফুৰি যাওক

কালিয়া

kāliẏā

অৰ্থ

1.

মাছ বা মাংসৰ এবিধ তৰকাৰী

a kind of dish prepared with fish or meat

বি.

2.

মাছ-মৰা সঁজুলি-বিশেষ।

বি.

3.

কালি বজাওঁতা

a prayer on a pipe or clarion

বি.

4.

কালি নামৰ বাদ্য-যন্ত্ৰ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কালিয়া · অসমীয়া অভিধান