কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হুঁটাইhum̐ṭāiAdverb
নিসিজাকৈ; কোমল নোহোবাকৈ
without being boiled or softened
- হুঁটুৰাই, হুঁটুৰ্ কৰেAdverb
হুঁটুৰ শব্দ কৰি।
- হুংকাৰ দেhung.kar deVerb-Intran.
To utter a sudden and loud outcry, as in joy, triumph, or exultation or to attract attention
- হুই-নুইhui-nuiAdverb
হয় নে নহয়
yes or no
- হুকুম দেag.gya deVerb-Trans.
to instruct to do something as a higher authority
- হুক্ হুক্ কৰেhuk, huk, kareAdverb
শোকত হুক্ হুক্ শব্দ কৰি
expressing grief loudly
- হুমকি দিয়াhum.ki di.yaVerb-Trans.
অপকাৰৰ ভয় দেখুৱা ।
To utter intentions of injury or punishment against.
- হুমজুম কৰ্hum.jum korVerb-Intran.
বহুসংখ্যক একে ঠাইতে গোট খা
to assemble or go in a large number
- হুমিয়াhumiẏāIntransitive verb
ভীতি-প্ৰদৰ্শন কৰ্; প্ৰতিশোধন ইচ্ছা প্ৰকাশ কৰ্।
- হুমুনিয়া পেলাhu.mu.ni.ya pe.laVerb-Intran.
দুখ, চিন্তা বা স্বস্তি প্ৰকাশ কৰি শব্দ হোৱাকৈ নিশাহ এৰ্
to let out a breath audibly, as from sorrow, weariness, or relief
- হুমুনিয়াহ কাঢ়্hu.mu.ni.yah karhVerb-Intran.
দুখ, চিন্তা বা স্বস্তি প্ৰকাশ কৰি শব্দ হোৱাকৈ নিশাহ এৰ্
to let out a breath audibly, as from sorrow, weariness, or relief
- হুমুনিয়াহ পেলাhu.mu.ni.yah pe.laVerb-Intran.
দুখ, চিন্তা বা স্বস্তি প্ৰকাশ কৰি শব্দ হোৱাকৈ নিশাহ এৰ্
to let out a breath audibly, as from sorrow, weariness, or relief
- হুলুকিয়াhulukiẏāIntransitive verb
ঘা বা কোমল বস্ত্তৰ ভিতৰৰপৰা ৰস বা কোমল বস্ত্ত বাহিৰ কৰি উলিয়াই দি (পোক বা কেঁচুবে ঘা বা বোকাৰ ভিতৰৰপৰা ৰস আদি উলিয়াই দিয়াত)
to cause matter to ooze out
- হুৰমুৰকৈhur.mur.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- হুৰমুৰাইhur.mu.raiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- হুৰমূৰকৈhur.mur.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- হুৰাও-ৰাওকৈhurāo-rāokaiAdverb
চিয়াৰি বা আৰাও কৰি
loudly
- হুৰাওৰাওকৈhu.hau.rau.koiAdverb
ডাঙৰকৈ শব্দ কৰি (কান্দ্)
(to cry) with relatively high volume
- হুৰাওৰাৱেhu.rau.ra.weAdverb
ডাঙৰকৈ শব্দ কৰি (কান্দ্)
(to cry) with relatively high volume
- হুৰি মাৰিAdverb
বহুত মানুহে একেবাৰেই গিৰ্জ্জনি মাৰি বা আৰাও কৰি
making a tumultuous noise