← ফুৰি যাওক

হুমুনিয়াহ কাঢ়্

hu.mu.ni.yah karh

অৰ্থ

1.

দুখ, চিন্তা বা স্বস্তি প্ৰকাশ কৰি শব্দ হোৱাকৈ নিশাহ এৰ্

to let out a breath audibly, as from sorrow, weariness, or relief

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হুমুনিয়াহ কাঢ়্ · অসমীয়া অভিধান