কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উধাইমুধাইu.dhai.mu.dhaiAdverb
কোনো বাচ-বিচাৰ নকৰাকৈ বা সতৰ্ক নোহোৱাকৈ
Not making or based on careful distinctions.
- উধাও হu.dhao` hoVerb-Trans.
(কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
to run away from (a place, danger, etc)
- উধাৰ্udhārTransitive verb
উদ্ধাৰ্।
- উনাunāIntransitive verb
সতৰ্ক হৈ শুন্; কাণ পাতি সজাগ থাক্, "পৰ্ব্বতৰ নিৰ্ঝৰৰ নাদ শুনি আতি। গোপগণ সমে উনায়ন্ত কাণ পাতি" (দশম)
to keep awake; to be attentive
- উনিয়াIntransitive verb
উনিত পাট-সূতা ল; . তাঁত বাঁটি কৰোঁতে সূতা অনা-নিয়া কৰ্।
to wind silk on a reel
- উনুকিয়াunukiẏāTransitive verb
অলপকৈ উল্লেখ কৰ্
to mention slightly
- উন্নত কৰ্un.not korVerb-Trans.
to improve the quality of something
- উন্নতি হun.no.ti hoVerb-Intran.
ক্ষমতা, দক্ষতা আদিত উন্নতি লাভ কৰ্৷
to bring out the capabilities or possibilities of; bring to a more advanced or effective state: to develop natural resources; to develop one's musical talent; to cause to grow or expand
- উন্নীত কৰ্Verb-Trans.
বৰ্তমানলৈকে সকলো তথ্য অন্তৰ্ভুক্ত কৰ্
to bring up to date
- উন্নীতকৰণun.nit.ko.ronVerbal Noun
সময়ৰ সৈতে খাপ খোৱাকৈ নতুনত্ব প্ৰদান কৰা কাৰ্য্য।
the act or process of bringing up-to-date.
- উন্মত্তভাৱেun.mot.to.bha.beAdverb
বলিয়াৰ দৰে কৰা আচৰণ৷
in a manner usually done by a mad person
- উন্মীলিতun.mi.li.toVerbal Adj.
(ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা(খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া
[a] free of obstructions to sight, movement, or internal arrangement[b]set so as to permit passage through the opening it can be used to close.
- উন্মীল্Verb
(পু.অ.) বিণ. উন্মীলিত মেলা; মেল খাই থকা
opened
- উন্মুক্ত কৰ্un.muk.to korVerb-Trans.
কোনো বস্তুৰ আৱৰণ আঁতৰাই দে৷
to make visible or apparent, to remove cover
- উন্মেষun.mexVerbal Noun
শুই বা পৰি থকা, আঁঠু কাঢ়ি থকা অথবা বহি থকা অৱস্থাৰ পৰা থিয় হোৱা কাৰ্য্য; দিগন্তত দেখা দিয়া; ওপৰৰ ফালে গতি কৰা; উচ্চতা, আকাৰ, পৰিমাণ বা প্ৰাৱল্য বৃদ্ধি হোৱা
the act of assuming an upright position especially from lying, kneeling, or sitting; to appear above the horizon; moving upward; increasing in height, size, volume, or pitch
- উন্মেষণun.me.xonVerbal Noun
শুই বা পৰি থকা, আঁঠু কাঢ়ি থকা অথবা বহি থকা অৱস্থাৰ পৰা থিয় হোৱা কাৰ্য্য; দিগন্তত দেখা দিয়া; ওপৰৰ ফালে গতি কৰা; উচ্চতা, আকাৰ, পৰিমাণ বা প্ৰাৱল্য বৃদ্ধি হোৱা
the act of assuming an upright position especially from lying, kneeling, or sitting; to appear above the horizon; moving upward; increasing in height, size, volume, or pitch
- উন্মেষিতun.me.xi.toVerbal Adj.
চকুৰে দেখা অথবা বুজিব পৰাকৈ পৰিস্কাৰ বা প্ৰমাণিত কৰি তোলা
made clear or evident to the eye or the understanding
- উন্মোচন কৰ্un.mo`.son korVerb-Trans.
চিনেমা, কিতাপ আদি সাধাৰণ দৰ্শন বা বিক্ৰীৰ বাবে মুকলি কৰ্
to issue a film, book, etc. for general exhibition or to make publicly available
- উন্মোচিতun.mo`.si.toVerbal Adj.
চকুৰে দেখা অথবা বুজিব পৰাকৈ পৰিস্কাৰ বা প্ৰমাণিত কৰি তোলা
made clear or evident to the eye or the understanding
- উপচি পৰ্u.po.si porVerb-Intran.
ইমান বেছিকৈ পূৰ হ যে পাৰ বাগৰি যা।
to flow over; to be so full that contents overflow.