← ফুৰি যাওক

উনিয়া

অৰ্থ

1.

উনিত পাট-সূতা ল; . তাঁত বাঁটি কৰোঁতে সূতা অনা-নিয়া কৰ্।

to wind silk on a reel

অক. ধা.

2.

ঘনে ঘনে অহা যোবা কৰ্

to go and come frequently

অক. ধা.

3.

আউল ভাঙিবলৈ সূতা আঙুলিত মেৰাইল।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উনিয়া · অসমীয়া অভিধান