কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কচুগুটিko.su.gu.tiProper Noun
মাটিৰ তলত থকা কচুৰ টেপু/পেটা৷ কিছুমান কচুৰ পেটাটো খাদ্য হিচাৱে গ্ৰহণ কৰিব পাৰি৷
A fleshy underground root (<i>tuber</i>) of arum which serves for reproductive and food storage. The tuber of few species of arum are also taken as food.
- কচুবনিNoun
সৰহকৈ কচু গজি থকা ঠাই।
- কচুবা-গামkacubā-gāmaNoun
এবিধ খজুওবা ছালৰ ৰোগ
a kind of itching skin disease
- কচুবালাko.su.ba.laCommon Noun
কচু গছৰ ফুল ।
the flower of arum plant.
- কচুলাCommon Noun
এবিধ নোমাল বিছা জাতিৰ পোক
a worm of a scorpio type having much hair.
- কচুৰkacuraNoun
অপৰাধ; দোষ; ত্ৰুটি
offence; failure; deficiency
- কচুৰিkacuriNoun
ভিতৰত দাইল, লোণ, মচলা আৰু বাহিৰে আটুগুড়িৰে সজা এবিধ ঘূৰণীয়া ঘিউত ভজা পিঠা
a kind of Indian cake
- কচুৱনিko.su.wniMaterial Noun
সৰহকৈ কচু গজা ঠাই৷
a plantation of arum
- কচোবাkacobāNoun
মাছ, ঘোঁৰা বা আন জন্ত্তৰ পেটত থকা কেঁচুৰ নিচিনা এবিধ লোক
a worm found in the intestines of fish or other animals
- কচোবা-শিঙৰাkacobā-śiṅarāNoun
এবিধ ডাঙৰ শিঙৰা মাছ; লালোবা-শিঙৰা
a kind of fish
- কচোবানkacobānaNoun
ঘোঁৰা শিকোবা মানুহ; ঘোঁৰাগাড়ী চলাওঁতা
coachman ; a trainer of horses; a driver of a coach
- কচোৱানko.so’.wanCommon Noun
গৰু গাড়ী চলোৱা বা চলাই জীৱন যাপন কৰা ব্যক্তি |
One who drives or uses a cart.
- কচ্ কচ্kac, kacNoun
কেঁচা কোমল বস্ত্ত কাটোঁতে বা চোবাওঁতে নতুবা গা খজুবাওঁতে হোবাৰ নিচিনা শব্দ
an imitative word uśed to express the sound like that of chewing a raw or soft thing or scratching the body
- কচ্ছkos.soAbstract Noun
সাগৰ, হ্ৰদ, নদী আদিৰ পানীৰ পৰিসীমাৰ দাঁতিত স্থলভাগ, যি সাধাৰণতে বালি, শিল বা পলসেৰে ভৰি থাকে।
The zone above the water line at end the edge of a water body like sea, lake, river etc, marked by an accumulation of sand, stone, or gravel that has been deposited by the tide or waves.
- কচ্ছপkacchapaNoun
কাছ
a tortoise; a turtle; chelonia
- কচৰ-কামোৰkacara-kāmoraNoun
কোনো কথা বা কাৰ্য্যত বৰকৈ লাগি ধৰা
persistence
- কচৰত্ko.so.rotVerbal Noun
পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।
repeat a work to improve skill.
- কচৰ্ কচৰkacar, kacaraNoun
কোনো অস্ত্ৰ বা দাঁতেৰে বস্ত্ত কুটোঁতে হোবা শব্দৰ নিচিনা শব্দ
an imitative word used to express the sound produced by biting or cutting a comparatively hard thing
- কচৰৎkacaratNoun
অঙ্গ-সঞ্চালন; কুন্তী; ব্যায়াম
drill; physical exercise
- কছবীko.so.biCommon Noun
a woman who engages in sexual intercourse for money