কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যৌতকীয়াjou.to.ki.yaProper Adj.
যৌতুকত দিয়া, যৌতুকৰূপে পোৱা সম্পত্তি বা ধন।
Pertaining to dowry; received as a dowry.
- যৌতুকীয়াAdjective
যতুকীয়া; যৌতুকত দিয়া
given as a dowry
- যৌথyauthaAdjective
যুটীয়া বহু মানুহ লগ লাগি কৰা
joint; in partnership
- যৌনyaunaAdjective
যোনি বা উৎপত্তিহীন সম্বন্ধীয়; স্ত্ৰী-পুৰুষৰ সহবাস-সম্বন্ধীয়।
- যৌন আবেদনময়ীjou.no a.be.don.mo.yiProper Adj.
লিঙ্গ বা যৌনতা সম্পৰ্কীয়
related to state of being male or female.
- যৌন ক্ষমতাসম্পন্নjou.no khyo.mo.ta.xom.pon.noAdjective Adj.
সবল, উদ্যমী আৰু শাৰিৰীক , বিশেষকৈ শক্তিশালী যৌন ক্ষমতা থকা বা দেখুওৱা পুৰুষ৷
(of man) strong or full of or having/showing energy, especially sexual energy.
- যৌনগন্ধীjou.no.gon.dhiProper Adj.
শালীন নোহোৱা, সাধাৰণতে যৌনগন্ধী।
deficient in taste, often having sexual reference.
- যৌনতাপূৰ্ণjou.no.ta.pur.noProper Adj.
শালীন নোহোৱা, সাধাৰণতে যৌনগন্ধী।
deficient in taste, often having sexual reference.
- যৌনোদ্দীপকjou.no`d.di.pokProper Adj.
শাৰীৰিক ভোক, অৰ্থাৎ যৌন আসক্তি জন্মোৱা
tending to arouse the bodily appetites, esp the sexual appetite
- যৌৱনপ্ৰাপ্তjou.bon.prap.toProper Adj.
সম্পূৰ্ণকৈ বঢ়া বা পূৰাকৈ গঠন হোৱা
full grown, fully developed
- যৎ কিঞ্চিতyat, kiñcitaAdjective
অলপমান
small in quantity
- যৎকিঞ্চিৎjot.kin.sitProper Adj.
তেনেই কম পৰিমাণৰ; নিচেই কম৷
in very small quantity
- যৎপৰোনাস্তিyatparonāstiAdjective
যাৰ পৰ নাই; অতিশয়
utmost; highest
- যৎসামান্যyatsāmānyaAdjective
অতি অলপ পৰিমাণৰ
little or negligible in quantity
- যৱঞ্জাjo.won.jaProper Adj.
(প্ৰায় একে সময়তে) একেলগে জন্ম হোৱা দুটি শিশু বা আন জীৱ-জন্তু
either of two children or animals born together (almost at the same time)