কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পহু-কণীয়াAdjective
চৰাই-কণীয়া।
- পহ্লঙীpahlaṅīNoun
আহোম ৰজাৰ দিনত তৈয়াৰ আৰু ব্যবহাৰ কৰা এবিধ ডাঙৰ-দীঘল পাথৰকলাই হিলৈ
a kind of old Assamese match- lock
- পাঁচ-কোণীয়াAdjective
পাঁচোটা চুক থকা
pentagonal
- পাঁচ-চুকীয়াAdjective
pentagonal
- পাঁচচুকীয়াAdjective
পাঁচোটা চুক থকা
pentagonal
- পাঁচনীAdjective
লোকক পাঁচি ক্ৰিয়া কৰা বুজোবা (ক্ৰিয়া); যেনে-"কৰাইছা"
causative (said of a verb)
- পাংক্তেয়pāṅkteẏaAdjective
সমান আসনত বহিবৰ যোগ্য।
- পাইকাৰীpāikārīNoun
যি মুঠ হিছাপে বস্ত্ত কিনি আনি লাভৰ কাৰণে খুচুৰাকৈ বেচে
a petty trader
- পাইনাProper Adj.
কোনো নিৰ্দ্দিষ্ট আকৃতি নথকা এনে এক বস্তু যি সহজে বৈ যাব পাৰে ৷
Of no definite shape, sth that can flow easily.
- পাউনিpāuniAdjective
পাব লগা
due; payable to
- পাওনাpāonāAdjective
পাব লগা
due; payable to
- পাকpākaNoun
মেৰ; ঘূৰণ; মোচোৰা; মোচৰ
a bend; a turn
- পাকখোৱাpak.kho`.waVerbal Adj.
চুলি আদি আউল বা গাঁঠি লগা৷
tangled, intertwined or matted roots.
- পাকলগাpak.lo.gaProper Adj.
ঘুৰাই-পকাই কোৱা বা কৰা, জটিল
complicated and difficult to understand, not simple and straight and often deceitful
- পাকীpākīAdjective
বেগাই জীণ যোবা বা নিওবা
quickly digested; digestible; digestive
- পাখিpākhiNoun
চৰাইৰ ডেউকা
the wing of a bird
- পাখৰাAdjective Adj.
দুটা বা ততোধিক বৰণ থকা
varied in appearance or color; marked with patches or spots of different colors
- পাগ টানAdjective
টান বা বৰ বেছি পাগত গঢ়া; টানকৈ পাগ ধৰা (কটাৰী আদি)
highly-tempered, as a knife
- পাগলpāgalaAdjective
বলিয়া; বাতুল; উন্মত্ত
mad; insane
- পাগলাProper Adj.
মানসিক ৰোগত ভূগি অস্বাভাৱিক আচৰণ কৰা
Suffering from a mental disorder resulting in abnormal behavior