পাখি
pākhi
অৰ্থ
1.
চৰাইৰ ডেউকা
the wing of a bird
বি.
2.
চৰাইৰ গাৰ ঢাকনি
feather
বি.
3.
মাছৰ কাণৰ ওচৰত ডিঙিত দুফালে ওলমি থকা পাখিৰ নিচিনা অঙ্গ; মাছৰ পাখি
the fins of a fish
বি.
4.
লগত থাকি তলতীয়া হৈ কাম কৰা; সৰু; যেনে-"পাখি-মেধি; পাখি-মেম্বৰ"
junior or assistant
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ