← ফুৰি যাওক

পাক

pāka

অৰ্থ

1.

মেৰ; ঘূৰণ; মোচোৰা; মোচৰ

a bend; a turn

বি.

2.

লেঠা; জগৰ; ভুল

offence; fault; a mistake

বি.

3.

পাগ; ৰন্ধন; সিজোবা কাৰ্য্য; জীণ যোবা কাৰ্য্য

the act of cooking; digestion

বি.

4.

জীণ যোবা

digested

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পাক · অসমীয়া অভিধান