কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জলৌপলৌjo.lou.po.louAdjective Adj.
থাকিবৰ বাবে ঘৰ বা আবুৰ ঠাই নোহোৱা৷
without having a house, place to live in.
- জলৌলৌবাjalaulaubāAdjective
বৰকৈ ফটা (কাপোৰ)
torn out, as cloth
- জলৌলৌৱাjo.lou.lou.waVerbal Adj.
ফালি-ছিৰি যোৱা (কাপোৰ)
pulled apart or into pieces (as cloth)
- জল্জলীয়াjaljalīẏāAdjective
ফট্ফটীয়া; অতি নিৰ্ম্মল; এফালে চালে আন ফাললৈ দেখা
very clear; pellucid
- জল্জল্-পট্পট্jaljal-paṭpaṭAdjective
জল্জলীয়া; ফট্ফটীয়া; জনাজাত
clear; shining; distinctly visible
- জল্তিjaltiAdjective
জিলিকি থকা; দীপ্তিমান; প্ৰফুল্ল; . বি. উজ্জ্বলতা; প্ৰফুল্লতা; যেনে-"ইয়াৰ মুখৰ জল্তি নুগুচে"
shining ; brilliancy; cheerfulness
- জল্থলjalthalaAdjective
বোকাৰ নিচিনা; লেউলেউবা
like mud; of the consistency of mud
- জল্থলীয়াjalthalīẏāAdjective
বোকাৰ নিচিনা; লেউলেউবা
like mud; of the consistency of mud
- জল্পনীয়াjalpanīẏāAdjective
জলপানৰ নিমিত্তে উপযুক্ত (বস্ত্ত)
- জল্মলীয়াAdjective
চক্মক্ কৰা; চকমকীয়া; জিলিকা; তিৰ্বিৰীয়া
glittering; sparkling
- জলৰ-জথৰjo.lor-jo.thorProper Adj.
চেহেৰা আৰু অভ্যাসৰ ক্ষেত্ৰত বিশৃংখল আৰু অপৰিস্কাৰ
untidy or unclean in appearance or habits
- জলৰ-জপৰjalara-japaraAdjective
ভেবা; একো নজনা; জলধা; জলৌজপৌ
dull; stupid; slovenly
- জলৰুদ্ধProper Adj.
পানীৰ বাবে অভেদ্য বা পানী সোমাব নোৱৰা
water cannot go through and soak something or impervious to water
- জলৰুধিAdjective Adj.
closely sealed where water can`t pass through.
- জহনি-যোবাjahani-yobāAdjective
জহনি ৰোগত মৰা (গালি)।
- জহনি-যোৱাjo.ho.ni-jo`.waVerbal Adj.
জহনি বা হাইজা ৰোগত মৃত্যু হোৱা (গালি পৰা শব্দ)
dying of cholera (abusive words)
- জহনিত-যোবাjahanita-yobāAdjective
জহনি ৰোগত মৰা (গালি)।
- জহনিত-যোৱাjo.ho.nit-jo`.waVerbal Adj.
জহনি বা হাইজা ৰোগত মৃত্যু হোৱা (গালি পৰা শব্দ)
dying of cholera (abusive words)
- জহি-খহি পৰাjo``.hi-kho``.hi po.raProper Adj.
গছ-লতিকা আদি শুকাই গৈ তললৈ দোঁখাই পৰা|
dried up or shriveled from or as if from loss of moisture.
- জহুলjahulaAdjective
বিশৱঙ্খল-ৰূপে থকা; লণ্ড-ভণ্ড
lying in a scattered or disorderly manner