জলৌপলৌ
jo.lou.po.lou
অৰ্থ
1.
থাকিবৰ বাবে ঘৰ বা আবুৰ ঠাই নোহোৱা৷
without having a house, place to live in.
বিশেষণীয় বিশেষণ
সমাৰ্থক শব্দ
2.
ভাত-কাপোৰৰ অভাৱত হোৱা কষ্ট
the distress due to the want of food and raiment
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ