জল্পনীয়া
jalpanīẏā
অৰ্থ
1.
জলপানৰ নিমিত্তে উপযুক্ত (বস্ত্ত)
বিণ.
2.
অলপ আহাৰ কৰা; জল্পান খোবা (অতিথি)
taking a refreshment or light meal only
বিণ.
3.
জলপানেৰে কৰা; ভাত- আঞ্জাৰ বাহিৰে আন আহাৰ ব্যবহাৰ কৰা; যেনে-"জল্পনীয়া সবাহ; "
serving or treating with a meal other than boiled rice and dishes
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ