কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুচিkhuciNoun
ইচ্ছা
will desire
- খুচ্খুচীয়াkhuckhucīẏāAdjective
কচ্কচীয়া
restless; teasing
- খুছতীয়াkhuchatīẏāAdjective
ৰস-থকা; ৰং লগোবা (কথা)
funny; pleasing
- খুছিkhuchiNoun
ইচ্ছা
will desire
- খুতুৰা- খুঁতুৰAdjective
খণ্ড খণ্ড; ডোখৰ ডোখৰ; টুকুৰা-টুকুৰ; বহুত ডোখৰ কৰা
cut or torn into many pieces
- খুতুৰীয়াkhuturīẏāAdjective
মুখত অলপ অলপ ভগা (চোকা অস্ত্ৰ)
nicked or notched as the edge of a sharp instrument
- খুদkhudaNoun
অলপমান; কণ; ক্ষুদ্ৰ অংশ
a small portion
- খুদীয়াAdjective
খুদৰ নিচিনা; খুদৰ সমান; ৰৰ সৰু
very small; minute
- খুদ্khudAdjective
স্বয়ং; নিজে
one's self
- খুনীkhunīAdjective
"খোনা" শব্দ চোবাঁ।
- খুপি-খুপিkhu.pi-khu.piVerbal Adj.
সাৱধানে, লাহে লাহে খোজ আগবঢ়াই
With caution and carefull steping.
- খুবkhubaAdjective
অতিশয়; বহুত
very much; excessive
- খুবচুৰতkhubacurataAdjective
সুন্দৰ
beautiful
- খুবছুৰতkhubachurataAdjective
সুন্দৰ
beautiful
- খুহুঁতীয়াkhu.hu.ti.yaProper Adj.
যি হাঁহি উঠাব বা হহুঁৱাব পাৰে
Something that arouses humour
- খুহুটীয়াkhuhuṭīẏāAdjective
ৰং বা হাঁহি তোলা; ধেমেলীয়া কথা কৈ বা কাৰ্য্য কৰি হাঁহি তোলা (কথা বা মানুহ)
wittty; amusing
- খুৎখুতীয়াkhutkhutīẏāAdjective
নিচেই সৰু সৰু কৰি কুটা
cut into very small pieces
- খুৰ্খুৰীয়াkhurkhurīẏāAdjective
অতি তাপ পাই খৰি বা মামৰে খোবাৰ গতিকে মুৰমুৰীয়া বা অলপতে ভগা হোবা; বহু পুৰণি হৈ টান গুচি অলপতে ভগা হোবা
liable to crumble at the touch, owing to being too much heated, rusted, worn out or old; brittle
- খৃঃ পূঃkhris.to pur.boProper Adj.
যীশু খৃষ্টৰ জন্মৰ আগৰ কালচোৱা
The years before the births of Jesus Christ
- খৃষ্ট পূৰ্বkhris.to pur.boProper Adj.
যীশু খৃষ্টৰ জন্মৰ আগৰ কালচোৱা
The years before the births of Jesus Christ