কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাল-সীমাkāla-sīmāNoun
সময়ৰ সীমা
time limit
- কাল-সৰ্পkāla-sarpaNoun
বিষাল সাপ
a very venomous snake
- কাল-ৰোগkāla-rogaNoun
ভীষণ নৰিয়া
fatal disease
- কালকঞ্জka.lo.kon.joCommon Noun
নীলা পদুম ফুল ।
Blue coloured Lotus.
- কালকল্পkal.kol.poProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- কালকুটkālakuṭaNoun
গৰল; যাক খালেই প্ৰাণ যায়
any deadly poison
- কালকুণ্ঠkal.kun.thoProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- কালকূটkal.kutMaterial Noun
খালে বা তেজেৰে মিহলি হ’লে প্ৰাণ মৰা বস্তু।
Any substance that causes injury or illness or death of a living organism.
- কালকেয়kālakeẏaNoun
এটা মহা ভীষণ দৈত্য [ব্ৰহ্মাৰ বৰত মানুহৰ বাজে আন কোনেও হেনো তাক বধ কৰিব নোবাৰিছিল; পাছে অৰ্জ্জুনৰ হাতত তাৰ মৱত্যু হয়]।
- কালক্ষেপkālakṣepaNoun
কালযাপন।
- কালক্ৰমkālakramaNoun
সময়ত ক্ৰম অনুসৰি লিখা বিবৰণ
chronology
- কালগ্ৰাসka.lo.graxAbstract Noun
প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
the state of not having life
- কালচক্ৰkālacakraNoun
কালৰ চকৰি; সময়ৰ গতি বা পৰিবৰ্ত্তন
change or rotation of time
- কালচক্ৰযানkal.sok.ro.janAbstract Noun
তিব্বতীয় বৌদ্ধ পৰম্পৰাৰ এটা উল্লেখযোগ্য ধাৰা৷
While Vajrayana Buddhism is a part of Tibetan Buddhism in that it forms a core part of every major Tibetan Buddhist school, it is not identical with it. Buddhist scholar Alexander Berzin refers to ``the Mahayana and Vajrayana traditions of Tibetan Buddhism``.
- কালজীৰাkālajīrāNoun
এবিধ বছৰেকীয়া বাম খেতিত হোবা মচলা আৰু ঔষধত লগা ক'লা শস্যৰ গুটি
the small fenel or black cumin; Nigella sativa
- কালজ্ঞka.lo.goCommon Noun
ভূত ভবিষ্যতৰ বিষয়ে ক’বপৰা মানুহ ।
a person supposedly able to see visions of the future.
- কালতক্ৰkālatakraNoun
নৰক-কুণ্ড; নৰকৰ এক অংশ
a part of hell
- কালদিয়াkal.di.yaProper Noun
ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river.
- কালদ্ৰষ্টাkal.dros.taCommon Noun
ভূত ভবিষ্যতৰ বিষয়ে ক’বপৰা মানুহ ।
a person supposedly able to see visions of the future.
- কালধূমাkal.dhu.maAbstract Noun
শৰীৰ নোহোৱা আত্মাৰ মানসিক প্ৰতিৰূপ
mental representation of some strange experience, visible disembodied soul of a dead person